Show Bookstore Categories

জৰ্জৰ এটি ভাৰুকা আছে

Byট্ৰে লি

Usually printed in 3 - 5 business days
এইটো প্ৰায় গৰমৰ দিন আৰু জৰ্জে তাৰ গৰমৰ বন্ধৰ অপেক্ষা কৰি আছে, কিন্ত অতি ক্ষুদ্ৰ অনুপ্ৰৱেশকাৰিৰ উপস্থিতিয়ে জৰ্জৰ ফুৰ্তি ভৰা গৰমৰ বন্ধৰ পৰিকল্পনা নষ্ট কৰিব? জৰ্জে তাৰ ভৰিৰ কঠিন ছালত এটা বৃত্তাকাৰ ক্ষেত্ৰ লক্ষ্য কৰিছে যিটো খোজ কাঢ়িব অলপ বেদনাদায়কও; জৰ্জৰ এটা ভাৰুকা আছে আৰু সি ভয় খাইছে যে এইটোৱে তাক বন্ধত যোৱাত বাধা দিব। জৰ্জে যোৱাবছৰ অসুস্থতাৰ বাবে বন্ধ হেৰুৱাইছিল, এইবছৰো সি বন্ধ হেৰুৱাব লাগিব নেকি ?

Details

Publication Date
Mar 22, 2022
Language
Assamese
ISBN
9781471748899
Category
Children's
Copyright
All Rights Reserved - Standard Copyright License
Contributors
By (author): ট্ৰে লি

Specifications

Pages
39
Binding
Paperback
Interior Color
Color
Dimensions
US Trade (6 x 9 in / 152 x 229 mm)

Ratings & Reviews